ভোগালি

তুমিতো জানায়
এই কবিৰ আৰু একো নাই ।
এটাই মাথো কামিজ
তাৰো ছিগো ছিগো চিলাই ।

প্ৰেম নিশ্চয় এনেকুৱাই
আবৰণ খুলি হৃদয় জুৰায় ।

[১৯৭১]