কতনা ব'হাগ

মেঘৰ মাজেৰেও
বগাই আহে
সোণোৱালী সাপ !
সহক কথাত :
দুৰ্যোগৰ দুৰ্বিপাকেই
মোৰ ব'হাগ ॥

মোৰ সমস্ত সত্ত্বাক
আহত কৰি
বাকি উঠে তাৰ ৰাগ ।

[১৯৬৭]